১৪০০ বছৰ পূৰণি কবিতাগীত ‘ত্বালাআল-বাদৰু আলাইনা’ – জানক ইতিবৃত্তি :
ৰবিউল আওৱাল মাহ চলি আছে। অৰ্থাৎ এই মাহৰ আজিৰ দিনটোতেই সমগ্ৰ জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ হজৰত মুহাম্মদ ছাঃ ৰ, এই জগতলৈ আগমন ঘটিছিল। আৰু সেই সময়ৰ অন্ধকাৰ জগতখন আলোকিত হৈ …
ৰবিউল আওৱাল মাহ চলি আছে। অৰ্থাৎ এই মাহৰ আজিৰ দিনটোতেই সমগ্ৰ জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ হজৰত মুহাম্মদ ছাঃ ৰ, এই জগতলৈ আগমন ঘটিছিল। আৰু সেই সময়ৰ অন্ধকাৰ জগতখন আলোকিত হৈ …
আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– ৭৫তম স্বাধীনতা দিৱস পালন কৰিছো আমি ভাৰতবাসীয়ে। কালি আমাৰ দেশ পৰাধীনতাৰ পৰা মুক্ত হৈ ৭৪ বছৰ …
হে মোৰ বন্ধু সকলমোৰ শান্তি, মোৰ নিসংগতাআৰু মোৰ ভালপোৱাসদায় মোৰ সতে আছে।কাৰণ তেওঁৰ প্ৰেমৰ বিকল্প নাই,তেওঁৰ প্ৰেমৰ সোৱাদমৰণশীল জীৱনত মই উপভোগ কৰোঁ।যেতিয়া মই তেওঁৰ সৌন্দৰ্যৰ কথা ভাবোতেতিয়া তেওঁ মোৰ ‘মিহৰাব’ …
তোৰ নামতে সুপ্ত জীৱন প্ৰিয়া মোৰ তন-মন , হাঁহিৰ ক্ৰিয়া , মোৰ স্তুতিৰ আস্থা তই মই মাতাল ভাবনাত সুবাস তই , তোৰ স্মৃতিৰ পাহিৰে আৱৰা হিয়া তোৰ নামেৰেই জাগ্ৰত প্ৰণয় …