যিসকলক আল্লাহ তাআ’লাই ভাল নাপায়

১) নিশ্চয় আল্লাহে সীমা উলংঘাকাৰীসকলক ভাল নাপায় (ছুৰা আল-বাক্বাৰাহঃ ১৯০)
২) আল্লাহে ফাছাদ-বিশৃংখলতাক ভাল নাপায় (ছুৰা আল-বাক্বাৰাহঃ ২০৫)
৩) আল্লাহে অকৃতজ্ঞ পাপীক ভাল নাপায় (ছুৰা আল-বাক্বাৰাহঃ ২৭৬)
৪) আল্লাহে অবিশ্বাসকাৰীসকলক ভাল নাপায় (ছুৰা আলে-ইমৰানঃ ৩২)
৫) আল্লাহে জালিমসকলক ভাল নাপায় (ছুৰা আলে-ইমৰানঃ ৫৭)
৬) নিশ্চয় আল্লাহে অহংকাৰী আৰু দাম্ভিকসকলক ভাল নাপায় (ছুৰা আন-নিছাঃ ৩৬)
৭) নিশ্চয় আল্লাহে বিশ্বাসঘাতক পাপীসকলক ভাল নাপায় (ছুৰা আন-নিছাঃ ১০৭)
৮) আল্লাহে ফাছাদ সৃষ্টিকাৰীসকলক ভাল নাপায় (ছুৰা আল-মাইদাহঃ ৬৪)
৯) নিশ্চয় আল্লাহে সীমা উলংঘাকাৰীসকলক ভাল নাপায় (ছুৰা আল-মাইদাহঃ ৮৭)
১০) নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলক ভাল নাপায় (ছুৰা আল-আনফালঃ ৫৮)
১১) নিশ্চয় আল্লাহে অতি বিশ্বাসঘাতক আৰু অকৃতজ্ঞক ভাল নাপায় (ছুৰা আল-হজ্জঃ ৩৮)
১২) নিশ্চয় আল্লাহে অহংকাৰী আৰু দাম্ভিকসকলক ভাল নাপায় (ছুৰা লুক্বমানঃ ১৮)

অসমীয়া অনুবাদঃ দেলুৱাৰ খান বিন আব্বাছ খান
খৰুৱাপাৰা, বৰপেটা
ইমামঃ শিলা আঞ্চলিক জামে মছজিদ, বৰপেটা

Leave a Comment