বিজ্ঞানৰ দৃষ্টিত ৰোজা

Share :

ৰমজানৰ ৰোজা (Fasting)- মুছলমানসকলৰ বাবে ৰমজান মাহৰ গোটেই কেইদিন(২৯ বা ৩০ দিন) ৰোজা(উপবাস) ৰখাটো ফৰজ  (Mandatory)। তাৰ মানে পৱিত্ৰ ক্বুৰআনৰ নিৰ্দেশ মতে প্ৰতি বছৰে এমাহ ৰোজা ৰখা বাধ্যতামূলক৷ ক্বুৰআনৰ নিৰ্দেশেই হল ইয়াৰ বাধ্যতামূলক হোৱাৰ মূল কাৰণ। কিন্তু ৰোজা ফৰজ হোৱাৰ বাহ্যিক আৰু উপকাৰ কি? এই ক্ষেত্ৰত বিজ্ঞানে কি কয় ? সেয়াও সকলোৱে জানি থোৱা উচিত।

Autophagy and Dr Yoshinori Ohsumi:- Autophagy হৈছে এটা গ্ৰীক শব্দ ৷ ইয়াৰ অৰ্থ হৈছে নিজকে নিজে খোৱা৷ চিকিৎসা বিজ্ঞান ২০১৬ চনতহে এই Autophagy ৰ লগত পৰিচয় হয়৷ জাপানৰ ডক্টৰ Yoshinori Ohsumi য়ে Autophagy ৰ আৱিষ্কাৰৰ বাবে ২০১৬ চনত ন’বেল বঁটা লাভ কৰে৷ Autophagy ৰ আৱিষ্কাৰে ৰমজানৰ ৰোজাৰ মাহত্ব বুজালে৷ বৈজ্ঞানিকভাৱে ৰোজা (উপবাস) মানৱ শৰীৰৰ বাবে কিমান জৰুৰী সেইটো চিকিৎসা বিজ্ঞানে প্ৰমাণ কৰিলে৷ 

আমাৰ ঘৰত যেনেকৈ Dustbin থাকে বা Computer ত Recycle Bin থাকে ঠিক তেনেদৰে আমাৰ শৰীৰৰ Bodycell (দেহকোষ) ত Dustbin থাকে, যিবিলাকক চাফ কৰাতো অধিক জৰুৰী৷ যদি এই বেয়া গলিত বৰ্জনীয় অংশবোৰৰ (Cell Dusbin) চাফ নকৰো তেনেল’লে ই লাহে লাহে Bodycell (দেহকোষ) বিলাকক ধ্বংস কৰিব আৰম্ভ কৰে৷ যাৰ ফলত cancer জাতীয় ডাঙৰ বেমাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে৷

যেতিয়া আমি উপবাসে (লঘনে) থাকো তেতিয়া আমাৰ পেট বহু সময়লৈকে খালি থাকে৷ তেতিয়া আমাৰ Bodycell য়ে Food particle নাপায়৷ সেইসময়ত Bodycell ৰ কোনো কাম নাথাকে, তথাপিও Bodycell য়ে কামত লাগি থাকে, নিজৰ বৰ্জনীয় অংশ(Dustbin) খাই পেলায়৷ অৰ্থাৎ নিজৰ পেলনীয় অংশ নিজে খাই আৰু Cell(কোষ) ৰ Dustbin নিজে চাফ কৰে৷ এই পদ্ধিতোকে চিকিৎসা বিজ্ঞানত Autophagy বুলি কোৱা হয়৷ এই Autophagy পদ্ধতিৰে আমাৰ শৰীৰত আহিবলগীয়া বহুত বেমাৰক minimise কৰিব পৰা যায়৷ এই পদ্ধতিয়ে আমাৰ Bodycell ত Activity (সক্ৰিয়তা) বঢ়ায় আৰু এটা Alternative Source of energy পোৱা যায়৷

বছৰত এবাৰ Bodycell চাফ (clean) কৰি নিজৰ cell দীৰ্ঘায়ু কৰা পদ্ধতিটোক বৈজ্ঞানিক ভাষাত Autophagy বুলি কোৱা হয়৷

Autophagy and cancer:- Dr. Yoshinori Ohsumi য়ে কৈছিল যে মই cencer ৰ possible (সাম্ভাৱ্য) ঔষধ/ precaution বিচাৰি পাইছো৷ তেওঁ কৈছিল যে যেতিয়া আমি ভোকত থাকো তেতিয়া আমাৰ দেহৰ Neutrient শেষ হৈ যাবলৈ ধৰে৷ সেই সময়ত আমাৰ দেহৰ গলিত বেয়া অংশবিলাকক দেহে খাবলৈ আৰম্ভ কৰে৷ যেতিয়া দেহে নিজে নিজৰ এই বেয়া অংশবিলাক খাব তেতিয়া Cencer হোৱাৰ সম্ভৱনা কমি যায়৷ তেখেতক প্ৰশ্ন কৰা হৈছিল যে এজন মানুহৰ দেহত Cancer নহ’বলৈ বছৰত কিমান দিন ভোকত থাকিব লাগে৷ তেখেতে উত্তৰত কৈছিল যে যদি কোনোৱাই বছৰত ২০-২৫ দিন প্ৰায় ৯-১০ ঘন্টা ভোকত থাকে তেতিয়া তাৰ দেহে নিজৰ বেয়া অংশখিনিক খাই পেলাব আৰু তেখেতৰ cancer নহয়৷

আলহামদুলিল্লাহ৷ নবী(ছঃ) 1400 বছৰ আগেয়ে প্ৰত্যেক মুছলমানৰ ওপৰত বছৰত এমাহ ৰোজা (ৰমজান মাহ) ফৰজ কৰি থৈ গৈছে৷