১৪০০ বছৰ পূৰণি কবিতাগীত ‘ত্বালাআল-বাদৰু আলাইনা’ – জানক ইতিবৃত্তি :

ৰবিউল আওৱাল মাহ চলি আছে। অৰ্থাৎ এই মাহৰ আজিৰ দিনটোতেই সমগ্ৰ জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ হজৰত মুহাম্মদ ছাঃ ৰ, এই জগতলৈ আগমন ঘটিছিল। আৰু সেই সময়ৰ অন্ধকাৰ জগতখন আলোকিত হৈ …

Read more

প্ৰকৃত আজাদী

আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– ৭৫তম স্বাধীনতা দিৱস পালন কৰিছো আমি ভাৰতবাসীয়ে। কালি আমাৰ দেশ পৰাধীনতাৰ পৰা মুক্ত হৈ ৭৪ বছৰ …

Read more

মোৰ প্ৰেমাস্পদ

হে মোৰ বন্ধু সকলমোৰ শান্তি, মোৰ নিসংগতাআৰু মোৰ ভালপোৱাসদায় মোৰ সতে আছে।কাৰণ তেওঁৰ প্ৰেমৰ বিকল্প নাই,তেওঁৰ প্ৰেমৰ সোৱাদমৰণশীল জীৱনত মই উপভোগ কৰোঁ।যেতিয়া মই তেওঁৰ সৌন্দৰ্যৰ কথা ভাবোতেতিয়া তেওঁ মোৰ ‘মিহৰাব’ …

Read more

প্ৰিয়া কুবুল কৰি যা

তোৰ নামতে সুপ্ত জীৱন প্ৰিয়া  মোৰ তন-মন , হাঁহিৰ ক্ৰিয়া , মোৰ স্তুতিৰ আস্থা ত‌ই  মই মাতাল ভাবনাত সুবাস ত‌ই , তোৰ স্মৃতিৰ পাহিৰে আৱৰা হিয়া  তোৰ নামেৰেই জাগ্ৰত প্ৰণয় …

Read more