৩১৩: বদৰী চাহাবা

Share :

ইতিহাস সাক্ষী, বদৰৰ যুদ্ধত অংশগ্রহণকাৰী চাহাবাসকল (নবী মুহাম্মদ ছাঃ ৰ মু’মিন সঙ্গী) আজি লৈকে খুবেই সম্মানৰ দৃষ্টিতে চোৱা হয়।

তলত বদৰৰ যুদ্ধত অংশগ্ৰহণ কৰা মুহাজিৰ আৰু আনছাৰ চাহাবিসকলৰ নাম উল্লেখ কৰা হ’ল:

বিঃদ্ৰঃ
▪️মুহাজিৰ : মক্কাবাসীৰ বিৰাট অত্যাচাৰ সহিব নোৱাৰি দ্বীনৰ বাবে নিজৰ মাতৃভূমি ত্যাগ কৰি মদিনালৈ গমন কৰা চাহাবা।

▪️মদীনাৰ স্থায়ী বাসিন্দা, যিসকল ইছলাম গ্ৰহণ কৰি মুহাজিৰ সকলৰ বাবে সকলো ত্যাগ স্বীকাৰ কৰিছে।

মুহাজিৰ চাহাবিসকল

১. হযৰত আবু বকৰ (ৰাঃ)
২. হযৰত উমৰ ফাৰুক (ৰাঃ)
৩. হযৰত উছমান (ৰাঃ)
৪. হযৰত আলী মুর্তাজা (ৰাঃ)
৫. হযৰত আমীৰ হামজা (ৰাঃ)
৬. হযৰত যাঈদ বিন হাৰিছা (ৰাঃ)
৭. হযৰত আবু কাবশ্বাহ চুলাইম (ৰাঃ)
৮. হযৰত আবু মাৰছাদ গানাভী (ৰাঃ)
৯. হযৰত মাৰছাদ বিন আবু মাৰছাদ(ৰাঃ)
১০. হযৰত উবাইদা বিন হাৰিছ(ৰাঃ)
১১. হযৰত তোফাইল বিন হাৰিছ(ৰাঃ)
১২. হযৰত হুচাইন বিন হাৰিছ(ৰাঃ)
১৩. হযৰত আউফ বিন উচাচা (ৰাঃ)
১৪. হযৰত আবু হুযাইফা (ৰাঃ)
১৫. হযৰত ছালিম (ৰাঃ)
১৬. হযৰত চুহইব বিন চিনান (ৰাঃ)
১৭. হযৰত আব্দুল্লাহ্ বিন জাহাশ্ব(ৰাঃ)
১৮. হযৰত উক্বাশ্বা বিন মিহচান(ৰাঃ)
১৯. হযৰত শ্বুজা’ বিন ৱাহাব (ৰাঃ)
২০. হযৰত ওতবা বিন ৰবীআহ (ৰাঃ)
২১. হযৰত ইয়াযীদ বিন ৰুকাইশ্ব(ৰাঃ)
২২. হযৰত আবু চিনান (ৰাঃ)
২৩. হযৰত তিনান বিন আবু চিনান(ৰাঃ)
২৪. হযৰত মুহৰিয বিন নাজলা(ৰাঃ)
২৫. হযৰত ৰবীআ’ বিন আক্সাম (ৰাঃ)
২৬. হযৰত হাতিব বিন আমৰ (ৰাঃ)
২৭. হযৰত মালিক বিন আমৰ (ৰাঃ)
২৮. হযৰত মিদ্লাজ বিন আমৰ (ৰাঃ)
২৯. হযৰত তুৱাইদ ইবনে মাখশ্বী(ৰাঃ)
৩০. হযৰত উৎবা বিন গাযৱান(ৰাঃ)
৩১. হযৰত জুবাইৰ বিন আউৱাম(ৰাঃ)
৩২. হযৰত হাতিব বিন আবি বালতাআহ(ৰাঃ)
৩৩. হযৰত চা’দ বিন খাওলা (ৰাঃ)
৩৪. হযৰত মুচআব বিন উমাইৰ(ৰাঃ)
৩৫. হযৰত মাচউদ বিন চা’দ (ৰাঃ)
৩৬. হযৰত আঃ ৰহমান বিন আউফ(ৰাঃ)
৩৭. হযৰত চা’দ বিন আবু উবায়দা(ৰাঃ)
৩৮. হযৰত উমাইৰ বিন আবি ৱাক্কাচ (ৰাঃ)
৩৯. হযৰত মিক্বদাদ বিন আমৰ (ৰাঃ)
৪০. হযৰত আব্দুল্লাহ্ বিন মাচউদ(ৰাঃ)
৪১. হযৰত মাচউদ বিন ৰাবীআ(ৰাঃ)
৪২. হযৰত যুশ্ শিমালাইন (ৰাঃ)
৪৩. হযৰত খাব্বাব বিন আৰাত(ৰাঃ)
৪৪. হযৰত বিলাল বিন ৰবাহ্ (ৰাঃ)
৪৫. হযৰত আমিৰ বিন ফুহায়ৰা(ৰাঃ)
৪৬. হযৰত ছুহাইব বিন চিনান(ৰাঃ)
৪৭. হযৰত তালহা বিন উবাইদুল্লাহ্(ৰাঃ)
৪৮. হযৰত আবু চালমা বিন আব্দুল আচাদ(ৰাঃ)
৪৯. হযৰত শাম্মাস বিন উছমান(ৰাঃ)
৫০. হযৰত আকৰাম বিন আবুল আকৰাম(ৰাঃ)
৫১. হযৰত আম্মাৰ বিন ইয়াছিৰ(ৰাঃ)
৫২. হযৰত মুআত্তিব বিন আউফ (ৰাঃ)
৫৩. হযৰত যায়েদ ইবনে খাত্তাব(ৰাঃ)
৫৪. হযৰত আমৰ বিন চুৰাকা (ৰাঃ)
৫৫. হযৰত ওৱাকিদ বিন আব্দুল্লাহ্(ৰাঃ)
৫৬. হযৰত খাওলা বিন আবু খাওলা(ৰাঃ)
৫৭. হযৰত আমিৰ বিন ৰবীআহ (ৰাঃ)
৫৮. হযৰত আমিৰ বিন হাৰিছ (ৰাঃ)
৫৯. হযৰত আমিৰ বিন আব্দুল্লাহ্(ৰাঃ)
৬০. হযৰত খালিদ বিন বুকাইৰ(ৰাঃ)
৬১. হযৰত ইয়ায বিন গানাম (ৰাঃ)
৬২. হযৰত চাঈদ বিন যাঈদ (ৰাঃ)
৬৩. হযৰত উছমান বিন মাজউন(ৰাঃ)
৬৪. হযৰত চাইব বিন উছমান (ৰাঃ)
৬৫. হযৰত কুদামা বিন মাজউন(ৰাঃ)
৬৬. হযৰত আব্দুল্লাহ্ বিন মাজউন(ৰাঃ)
৬৭. হযৰত মা’মাৰ বিন হাৰিছ(ৰাঃ)
৬৮. হযৰত আবু উবায়দা ইবনুল জাৰ্ৰাহ(ৰাঃ)
৬৯. হযৰত আব্দুল্লাহ্ বিন মাখ্রামা(ৰাঃ)
৭০. হযৰত খাব্বাব মাওলা উৎবা বিন গযৱান (ৰাঃ)
৭১. হযৰত আবুচ্ চাইব উছমান বিন মাজউন(ৰাঃ)
৭২. হযৰত আমৰ বিন আবু চাৰাহ(ৰাঃ)
৭৩. হযৰত চাকাফ বিন আমৰ (ৰাঃ)
৭৪. হযৰত মুজায্যাৰ বিন যিয়াদ(রাঃ)
৭৫. হযৰত খাব্বাব ইবনুল মুনযিৰ(ৰাঃ)
৭৬. হযৰত উমাইৰ বিন আবী ৱাক্কাছ(ৰাঃ)
৭৭. হযৰত মিকদাদ বিন আমৰ (ৰাঃ)
৭৮. হযৰত নোমান বিন আচাৰ বিনহাৰিচ(ৰাঃ)
৭৯. হযৰত মিহ্জা’ মাওলা উমৰ ফাৰুক(ৰাঃ)
৮০. হযৰত ৱাহাব বিন আবী চাৰাহ(ৰাঃ

আনছাৰ চাহাবীসকল

৮১. হযৰত চা’দ বিন মুআজ (ৰাঃ)
৮২. হযৰত আমৰ বিন মুআজ (ৰাঃ)
৮৩. হযৰত হাৰিচ বিন আউচ (ৰাঃ)
৮৪. হযৰত হাৰিচ বিন আনাচ (ৰাঃ)
৮৫. হযৰত আব্বাচ বিন বিশৰ (ৰাঃ)
৮৬. হযৰত চালামা বিন চাবিত (ৰাঃ)
৮৭. হযৰত হাৰিচ বিন খাযামা (ৰাঃ)
৮৮. হযৰত মুহাম্মদ বিন মাচলামা (ৰাঃ)
৮৯. হযৰত চালামা বিন আচলাম (ৰাঃ)
৯০. হযৰত উবাইদ বিন তাইয়িহান (ৰাঃ)
৯১. হযৰত কাতাদা বিন নোমান(ৰাঃ)
৯২. হযৰত উবাইদ বিন আউচ (ৰাঃ)
৯৩. হযৰত নচৰ বিন হাৰিচ (ৰাঃ)
৯৪. হযৰত আব্দুল্লাহ্ বিন তাৰিক (ৰাঃ)
৯৫. হযৰত আবু আব্চ বিন জব্র (ৰাঃ)
৯৬. হযৰত আবু বুৰদাহ্ হানী বিননিয়্যাৰ (ৰাঃ)
৯৭. হযৰত আচিম বিন চাবিত (ৰাঃ)
৯৮. হযৰত মুআত্তিব বিন কুশ্বাইৰ (ৰাঃ)
৯৯. হযৰত আমৰ বিন মা’বাদ (ৰাঃ)
১০০. হযৰত চাহল বিন হুনাইফ (ৰাঃ)
১০১. হযৰত মুবাশ্বিৰ বিন আব্দুলমুনযিৰ (ৰাঃ)
১০২. হযৰত ৰিফাআ বিন আঃ মুনযির (ৰাঃ)
১০৩. হযৰত খুনাইচ বিন হুযাফা (ৰাঃ)
১০৪. হযৰত আবু চাবৰা কুৰাইশ্বী (ৰাঃ)
১০৫. হযৰত আব্দুল্লাহ্ বিন চালামা (ৰাঃ)
১০৬. হযৰত আব্দুল্লাহ্ বিন চুহাইল (ৰাঃ)
১০৭. হযৰত চা’দ বিন মুআয (ৰাঃ)
১০৮. হযৰত উমাইৰ বিন আউফ (ৰাঃ)
১০৯. হযৰত আমিৰ বিন চালামা (ৰাঃ)
১১০. হযৰত ছফওৱান বিন ওহাব (ৰাঃ)
১১১. হযৰত ইয়ায বিন বুকাইৰ (ৰাঃ)
১১২. হযৰত চা’দ বিন উবাইদ(ৰাঃ)
১১৩. হযৰত উৱাইম বিন চায়েদাহ(ৰাঃ)
১১৪. হযৰত ৰাফে বিন আনজাদা(ৰাঃ)
১১৫. হযৰত উবাইদ বিন আবুউবয়েদ (ৰাঃ)
১১৬. হযৰত চা’লাবা বিন হাতিব(ৰাঃ)
১১৭. হযৰত আবু লুবাবাহ আব্দুল মুনযিৰ(ৰাঃ)
১১৮. হযৰত হাৰিচ বিন হাতিব(ৰাঃ)
১১৯. হযৰত আচিম বিন আদী (ৰাঃ)
১২০. হযৰত আনাছ বিন কাতাদা(ৰাঃ)
১২১. হযৰত মাআন বিন আদী (ৰাঃ)
১২২. হযৰত চাবিত বিন আকৰাম(ৰাঃ)
১২৩. হযৰত আব্দুল্লাহ্ বিন ছাহল(ৰাঃ)
১২৪. হযৰত যাঈদ বিন আচলাম(ৰাঃ)
১২৫. হযৰত ৰিব্য়ী বিনৰাফে’ (ৰাঃ)
১২৬. হযৰত চা’দ বিন যায়েদ(ৰাঃ)
১২৭. হযৰত চালমা বিন চালামা(ৰাঃ)
১২৮. হযৰত আব্দুল্লাহ্ বিন যাঈদ(ৰাঃ)
১২৯. হযৰত আচিম বিন কাঈচ(ৰাঃ)
১৩০. হযৰত আবুচ্ চয়্যাহ বিননোমান(ৰাঃ)
১৩১. হযৰত আবু হাব্বাহ বিন আমৰ(ৰাঃ)
১৩২. হযৰত হাৰিচ বিন নোমান(ৰাঃ)
১৩৩. হযৰত খাওয়াত বিন যুবাইৰ(ৰাঃ)
১৩৪. হযৰত মুনযিৰ বিন মুহাম্মদ(ৰাঃ)
১৩৫. হযৰত আবু আকীল আব্দুৰ ৰহমান(ৰাঃ)
১৩৬. হযৰত আবু দুজানা (ৰাঃ)
১৩৭. হযৰত চা’দ বিন খাইচামা(ৰাঃ)
১৩৮. হযৰত মুনযিৰ বিন কুদামা(ৰাঃ)
১৩৯. হযৰত মালিক বিন কুদামা(ৰাঃ)
১৪০. হযৰত হাৰিচ বিন আৰফাজা(ৰাঃ)
১৪১. হযৰত জাবিৰ বিন আব্দুল্লাহ(ৰাঃ)
১৪২. হযৰত মালিক বিন নুমাইলা(ৰাঃ)
১৪৩. হযৰত খাৰিজা বিন যাঈদ(ৰাঃ)
১৪৪. হযৰত চা’দ বিন ৰবী’ (ৰাঃ)
১৪৫. হযৰত আব্দুল্লাহ্ বিন ৰাৱাহা(ৰাঃ)
১৪৬. হযৰত বশ্বিৰ বিন চা’দ (ৰাঃ)
১৪৭. হযৰত চিমাক বিন চা’দ(ৰাঃ)
১৪৮. হযৰত চুবাঈ বিন কাঈচ (ৰাঃ)
১৪৯. হযৰত আব্বাদ বিন কাঈচ(ৰাঃ)
১৫০. হযৰত ইয়াযিদ বিন হাৰিচ (ৰাঃ)
১৫১. হযৰত খোবাইৰ বিন য়াচাফ(ৰাঃ)
১৫২. হযৰত আব্দুল্লাহ্ বিন কাইছ (ৰাঃ)
১৫৩. হযৰত হাৰিচ বিন যিয়াদ(ৰাঃ)
১৫৪. হযৰত তামীম বিন য়াআৰ (ৰাঃ)
১৫৫. হযৰত আব্দুল্লাহ্ বিন উমাইৰ (ৰাঃ)
১৫৬. হযৰত যাঈদ বিন মুযাইন(ৰাঃ)
১৫৭. হযৰত আব্দুল্লাহ্ বিন উৰফুতাহ্(ৰাঃ)
১৫৮. হযৰত আব্দুল্লাহ্ বিন ৰবী’ (ৰাঃ)
১৫৯. হযৰত আব্দুল্লাহ্ বিন আব্দুল্লাহ্(ৰাঃ)
১৬০. হযৰত আউচ বিন খাওলা (ৰাঃ)
১৬১. হযৰত যাঈদ বিন উবাইদ(রাঃ)
১৬২. হযৰত উকবাহ বিন ৱাহাব(ৰাঃ)
১৬৩. হযৰত ৰিফাআহ বিন আমৰ(ৰাঃ)
১৬৪. হযৰত উচাইৰ বিন আচৰ (ৰাঃ)
১৬৫. হযৰত মা’বাদ বিন আব্বাচ (ৰাঃ)
১৬৬. হযৰত আমিৰ বিন বুকাইৰ (ৰাঃ)
১৬৭. হযৰত নওফল বিন আব্দুল্লাহ্(ৰাঃ)
১৬৮. হযৰত উবাদা বিন চামিত(ৰাঃ)
১৬৯. হযৰত নোমান বিন মালিক(ৰাঃ)
১৭০. হযৰত চাবিত বিন হায্যাল(ৰাঃ)
১৭১. হযৰত মালিক বিন দুখশ্বুম(ৰাঃ)
১৭২. হযৰত ৰবী’ বিন ইয়াছ (ৰাঃ)
১৭৩. হযৰত ৱাৰাকা বিন ইয়াছ(ৰাঃ)
১৭৪. হযৰত আমৰ বিন ইয়াছ (রাঃ)
১৭৫. হযৰত আমৰ বিন কঈচ (ৰাঃ)
১৭৬. হযৰত ফাকিহ বিন বিশ্র(ৰাঃ)
১৭৭. হযৰত নওফল বিন চা’লাবা(ৰাঃ)
১৭৮. হযৰত আব্দুল্লাহ্ বিন চা’লাবা(ৰাঃ)
১৭৯. হযৰত মুনযিৰ বিন আমৰ (ৰাঃ)
১৮০. হযৰত আবু উচাঈদ মালিক(ৰাঃ)
১৮১. হযৰত মালিক বিন মাচউদ(ৰাঃ)
১৮২. হযৰত আব্দে ৰাব্বিহি (ৰাঃ)
১৮৩. হযৰত কা’ব বিন জাম্মায(ৰাঃ)
১৮৪. হযৰত জমৰাহ বিন আমৰ (ৰাঃ)
১৮৫. হযৰত যিয়াদ বিন আমৰ (ৰাঃ)
১৮৬. হযৰত হুবাব বিন মুনযিৰ(ৰাঃ)
১৮৭. হযৰত উমাইৰ বিন হাৰাম(ৰাঃ)
১৮৮. হযৰত উমাইৰ বিন হুমাম(ৰাঃ)
১৮৯. হযৰত আব্দুল্লাহ্ বিন আমৰ(ৰাঃ)
১৯০. হযৰত মুআজ বিন আমৰ (ৰাঃ)
১৯১. হযৰত মুআউৱাজ বিন আমৰ(ৰাঃ)
১৯২. হযৰত খাল্লাদ বিন আমৰ(ৰাঃ)
১৯৩. হযৰত উকবাহ্ বিন আমিৰ(ৰাঃ)
১৯৪. হযৰত চাবিত বিন খালিদ(ৰাঃ)
১৯৫. হযৰত বিশ্র বিন বাৰা (ৰাঃ)
১৯৬. হযৰত তোফাইল বিন মালিক(ৰাঃ)
১৯৭. হযৰত তোফাইল বিন নোমান(ৰাঃ)
১৯৮. হযৰত চিনান বিন চাঈফী(ৰাঃ)
১৯৯. হযৰত আব্দুল্লাহ্ বিন জাদ(ৰাঃ)
২০০. হযৰত উৎবা বিন আব্দুল্লাহ্(ৰাঃ)
২০১. হযৰত জাব্বাৰ বিন চাখৰ(ৰাঃ)
২০২. হযৰত খাৰিজা বিন হিময়াৰ(ৰাঃ)
২০৩. হযৰত আব্দুল্লাহ্ বিন হুমায়্যিৰ(ৰাঃ)
২০৪. হযৰত ইয়াযিদ বিন মুনযিৰ(ৰাঃ)
২০৫. হযৰত আব্দুল্লাহ্ বিন নোমান(ৰাঃ)
২০৬. হযৰত জহহাক বিন হাৰিচা(ৰাঃ)
২০৭. হযৰত আচৱাদ বিন যুৰাইক(ৰাঃ)
২০৮. হযৰত মা’বাদ বিন কাঈচ(ৰাঃ)
২০৯. হযৰত আব্দুল্লাহ্ বিন কাঈচ খালিদ(ৰাঃ)
২১০. হযৰত আব্দুল্লাহ্ বিন আব্দে মানাফ্(ৰাঃ)
২১১. হযৰত খালিদ বিন কাঈচ(ৰাঃ)
২১২. হযৰত চুলাইম বিন আমৰ (ৰাঃ)
২১৩. হযৰত কুতবা বিন আমিৰ (ৰাঃ)
২১৪. হযৰত আন্তাৰা মাওলা বনীচুলাইম (ৰাঃ)
২১৫. হযৰত আব্চ বিন আমিৰ (ৰাঃ)
২১৬. হযৰত চা’লাবা বিন আনামা(ৰাঃ)
২১৭. হযৰত আবুল য়াচাৰ বিন আমৰ(ৰাঃ)
২১৮. হযৰত উবাদা বিন কঈচ(ৰাঃ)
২১৯. হযৰত আমৰ বিন তাল্ক (ৰাঃ)
২২০. হযৰত মুআজ বিন জাবাল (ৰাঃ)
২২১. হযৰত কঈচ বিন মুহ্চান(ৰাঃ)
২২২. হযৰত হাৰিচ বিন কঈচ (ৰাঃ)
২২৩. হযৰত চা’দ বিন উছমান(ৰাঃ)
২২৪. হযৰত উকবা বিন উছমান(ৰাঃ)
২২৫. হযৰত জাকওয়ান বিন আব্দে কঈচ(ৰাঃ)
২২৬. হযৰত মুআজ বিন মাঈচ (ৰাঃ)
২২৭. হযৰত আঈজ বিন মাঈজ(ৰাঃ)
২২৮. হযৰত মাচউদ বিন চা’দ(ৰাঃ)
২২৯. হযৰত ৰিফাআ বিনৰাফে’ (ৰাঃ)
২৩০. হযৰত খাল্লাদ বিনৰাফে’ (ৰাঃ)
২৩১. হযৰত উবাঈদ বিন যাঈদ(ৰাঃ)
২৩২. হযৰত যিয়াদ বিন লাবীদ(ৰাঃ)
২৩৩. হযৰত ফাৰৱাহ বিন আমৰ(ৰাঃ)
২৩৪. হযৰত আতিয়্যা বিন নুৱাইৰা(ৰাঃ)
২৩৫. হযৰত খলিফা বিন আদী (ৰাঃ)
২৩৬. হযৰত উমাৰা বিন হায্ম(ৰাঃ)
২৩৭. হযৰত চুবাকা বিন কা’ব(ৰাঃ)
২৩৮. হযৰত হাৰিচা বিন নোমান(ৰাঃ)
২৩৯. হযৰত চুলাইম বিন কঈচ(ৰাঃ)
২৪০. হযৰত চুহাইল বিন কঈচ (ৰাঃ)
২৪১. হযৰত আদী বিন আবুয্ যাগ্বা(ৰাঃ)
২৪২. হযৰত মাচউদ বিন আউচ (ৰাঃ)
২৪৩. হযৰত আবু খুজাইমাহ্ বিন আউচ(ৰাঃ)
২৪৪. হযৰত ৰাফে’ বিন হাৰিচ (ৰাঃ)
২৪৫. হযৰত মুআৱাজ বিন হাৰিচ(ৰাঃ)
২৪৬. হযৰত নোমান বিন আমৰ (ৰাঃ)
২৪৭. হযৰত আমিৰ বিন মুখাল্লাদ(ৰাঃ)
২৪৮. হযৰত উচাইমা আশ্বযায়ী (ৰাঃ)
২৪৯. হযৰত ওদীআহ বিন আমৰ (ৰাঃ)
২৫০. হযৰত আবুল হামৰা মাওলা হাৰিচ (ৰাঃ)
২৫১. হযৰত চা’লাবা বিন আমৰ(ৰাঃ)
২৫২. হযৰত চুহাইল বিন আতীক(ৰাঃ)
২৫৩. হযৰত হাৰিচ বিন আতীক(ৰাঃ)
২৫৪. হযৰত হাৰিচ বিন ছিম্মাহ(ৰাঃ)
২৫৫. হযৰত উবাই বিন কা’ব (ৰাঃ)
২৫৬. হযৰত আনাচ বিন মুআজ (ৰাঃ)]
২৫৭. হযৰত আউচ বিন চামিত (ৰাঃ)
২৫৮. হযৰত আবু তাল্হা যায়েদ বিন ছাহল (ৰাঃ)
২৫৯. হযৰত হাৰিচা বিন চুৰাকা(ৰাঃ)
২৬০. হযৰত আমৰ বিন চা’লাবা(ৰাঃ)
২৬১. হযৰত চাবিত বিন খানছা(ৰাঃ)
২৬২. হযৰত আমিৰ বিন উমাইয়াহ্(ৰাঃ)
২৬৩. হযৰত মুহ্রিয বিন আমিৰ (ৰাঃ)
২৬৪. হযৰত চাওয়াদ বিন গাযিয়্যাহ(ৰাঃ)
২৬৫. হযৰত আবু যায়েদ কয়েচ বিন চাকান(ৰাঃ)
২৬৬. হযৰত আবুল আওয়াৰ বিন হাৰিচ (ৰাঃ)
২৬৭. হযৰত হাৰাম বিন মিল্হান(ৰাঃ)
২৬৮. হযৰত কয়েচ বিন আবী চা’চা(ৰাঃ)
২৬৯. হযৰত আব্দুল্লাহ্ বিন কা’ব(ৰাঃ)
২৭০. হযৰত উচাইমা আচাদী (ৰাঃ)
২৭১. হযৰত আবু দাউদ উমাইৰ (ৰাঃ)
২৭২. হযৰত চুৰাকা বিন আমৰ (ৰাঃ)
২৭৩. হযৰত কয়েচ বিন মাখলাদ(ৰাঃ)
২৭৪. হযৰত নোমান বিন আব্দে আমৰ (ৰাঃ)
২৭৫. হযৰত জহ্হাক বিন আব্দে আমৰ(ৰাঃ)
২৭৬. হযৰত চুলাইম বিন হাৰিচ (ৰাঃ)
২৭৭. হযৰত জাবিৰ বিন খালিদ (ৰাঃ)
২৭৮. হযৰত চা’দ বিন চুহাইল (ৰাঃ)
২৭৯. হযৰত কা’ব বিন যায়েদ (ৰাঃ)
২৮০. হযৰত বুজাইৰ বিন আবিবুজাইৰ (ৰাঃ)
২৮১. হযৰত ইৎবান বিন মালিক (ৰাঃ)
২৮২. হযৰত মুলাইল বিন ওবারাহ(ৰাঃ)
২৮৩. হযৰত হিলাল বিন মুআল্লাহ (ৰাঃ)
২৮৪. হযৰত আনাছাহ আল হাবাশ্বী(ৰাঃ)
২৮৫. হযৰত বাহ্হাচ বিন চালাবা(ৰাঃ)
২৮৬. হযৰত জাব্র বিন আতীক (ৰাঃ)
২৮৭. হযৰত আবু আয়্যুব আনছাৰী(ৰাঃ)
২৮৮. হযৰত খিৰাশ্ব ইবনুচ চিম্মাহ(ৰাঃ)
২৮৯. হযৰত খুৰাইম বিন ফাতিক(ৰাঃ)
২৯০. হযৰত খুবাইব বিন ইছাফ(ৰাঃ)
২৯১. হযৰত খুবাইব বিন আদী (ৰাঃ)
২৯২. হযৰত খিদাশ্ব বিন কাতাদা(ৰাঃ)
২৯৩. হযৰত খালিদ বিন চুৱাইদ(ৰাঃ)
২৯৪. হযৰত ৰাফে’ বিন আল মুআল্লা(ৰাঃ)
২৯৫. হযৰত ৰুখাইলা বিন চা’লাবা(ৰাঃ)
২৯৬. হযৰত চাব্রা বিন ফাতিক(ৰাঃ)
২৯৭. হযৰত চুহাইল বিন ৰাফে’ (ৰাঃ)
২৯৮. হযৰত ছুৱাইবিত বিন হাৰমালা (ৰাঃ)
২৯৯. হযৰত তুলাইব বিন উমাইৰ (ৰাঃ)
৩০০. হযৰত উবাদা বিন খাশখাশকুজায়ী (ৰাঃ)
৩০১. হযৰত আব্দুল্লাহ্ বিন জুবাইৰ বিন নোমান (ৰাঃ)
৩০২. হযৰত আবু চালামা বিন আব্দুলআচাদ (ৰাঃ)
৩০৩. হযৰত আব্দুল্লাহ্ বিন আব্চ (ৰাঃ)
৩০৪. হযৰত আব্দুল্লাহ্ বিন উনাইছ (ৰাঃ)
৩০৫. হযৰত উবাইদ বিন চা’লাবা (ৰাঃ)
৩০৬. হযৰত উমাইৰ বিন নিয়াৰ (ৰাঃ)
৩০৭. হযৰত মালিক বিন আবীখাওলা (ৰাঃ)
৩০৮. হযৰত মালিক বিন কুদামা(ৰাঃ)
৩০৯. হযৰত মুৰাৰা বিন ৰবী’ (ৰাঃ)
৩১০. হযৰত মাচউদ বিন খাল্দাহ(ৰাঃ)
৩১১. হযৰত মুআজ বিন হাৰিচ (ৰাঃ)
৩১২. হযৰত মা’কিল বিন আলমুনযিৰ (ৰাঃ)
৩১৩. হযৰত নোমান বিন আছাৰ বিনহাৰিছ (ৰাঃ)