বেছি আশা কৰা মানেই লোভ

Share :

মহাপুৰুষ নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ৱা-ছাল্লামে কৈছে –
আদম সন্তানৰ যদি দুটাকৈ সম্পদৰ বৃহৎ ভাণ্ডাৰ থাকে তথাপিও তৃতীয়টো কামনা কৰিব। আদম সন্তানৰ পেট একমাত্ৰ কবৰৰ মাটিয়েহে ভৰাব পাৰিব। আৰু আল্লাহ তাআ’লাই তৌবাহকাৰীৰ তৌবাহ কবুল কৰে। (বুখাৰী ৬৪৩৬)

সংগ্ৰহ- দিলৱাৰ হুছেইন।