UCC Assam , 2026 ত থকা দুটা অযুক্তিকৰ নিয়ম, তিনিটা ইছলাম বিৰোধী নিয়ম আৰু এটা ভাল নিয়ম চাওঁ আহঁক-
দুটা অযুক্তিকৰ নিয়ম-
১) Live in relation :
UCC Assam , 2026 ৰ Part 3 অনুযায়ী যদি যুৱক যুৱতী Minor নহয় তেন্তে বিবাহ নকৰাকৈ একেলগে থাকিব পাৰিব।
আনহাতে Minor ৰ সংজ্ঞা হ’ল- যাৰ বয়স ১৮ বছৰতকৈ কম। অৰ্থাৎ যি সকলৰ বয়স ১৮ বছৰ হৈছে তেওঁলোকে একেলগে থাকিব পাৰিব। মাথো এক মাহৰ ভিতৰক Sub Registerar ক অবগত কৰিব লাগিব।
১৮ বছৰীয়া ল’ৰাই বিবাহ কৰিব নোৱাৰে কিন্তু সন্তানৰ পিতৃ হ’ব পাৰে এয়া যুক্তিসংগত নে?
২) Divorce:
7 বছৰ যদি জীৱিত থকাৰ তথ্য পোৱা নাযায় তেন্তে Divorce দিব পাৰিব :
Section 31, Sub section 1 (viii)-
not been heard of as being alive for a period of seven years or more by those persons who would naturally
have heard of it, had that party been alive;
মোৰ প্ৰশ্ন হ’ল ৭ বছৰ কিয়? কোন যুক্তিৰ ভিত্তিত এই সাত বছৰৰ নিয়ম নিৰ্ধাৰণ কৰা হ’ল? পাঁচ বছৰ কিয় কৰা নহল?
ইছলাম বিৰোধী তিনিটা নিয়ম:
১) Live in relation ৰ অনুমতি:
UCC Assam , 2026 অনুযায়ী বিবাহ নকৰাকৈ ১৮ বছৰীয়া যুৱক যুৱতীয়ে একেলগে থাকিব পাৰিব। এয়া সম্পূৰ্ণ ইছলাম বিৰোধী আইন। বিবাহ নকৰাকৈ একেলগে থকা কাৰ্য্যক ইছলাম ধৰ্মই সমৰ্থন নকৰে।
গতিকে মুছলিম আইনজীবী সকলে আদালতৰ কাষ চাপিব লাগে।
মোৰ প্ৰশ্ন- অসম চৰকাৰে এনেধৰণৰ আইনৰ দ্বাৰা আঁচলতে কেনে ধৰণৰ সংস্কৃতিক স্বীকৃতি দিব বিচাৰিছে? বিবাহ নকৰাকৈ সন্তান জন্ম দিয়াটো হিন্দু ধৰ্মই সমৰ্থন কৰে নেকি?
২) Cousin marriage-
Section 4(vi) states:
“The parties are not within the degrees of prohibited relationship, unless the custom or usage governing one of them permits marriage between the two.”
অৰ্থাৎ prohibited relationship ৰ তালিকাত যি বোৰ নাম উল্লেখ কৰিছে সেইবোৰ বিবাহ কৰিব নোৱাৰে কেৱলমাত্ৰ তেওঁলোকেহে পাৰিব যি সকলৰ custom or usage এ তেনে বিবাহ সমৰ্থন কৰে।
custom or usage ৰ সংজ্ঞা-
Section 3, Subsection 1(c)
“custom and usage” means such uncodified rules which, having been continuously and uniformly observed for a long time and has obtained the force of law among persons in any local area, tribe or community;
এতিয়া কথা হ’ল মুছলিম সকলে custom or usage বুলি কৈ Cousin Marriage কৰিব পাৰিব নে? আইন বনোৱা সকলে এই প্ৰশ্নৰ সঠিক উত্তৰ উক্ত আইনত প্ৰদান কৰা নাই। গতিকে বিষয়টিত মুছলিম সকলে আদালতৰ কাষ চপাৰ প্ৰয়োজন।
কাৰণ মুছলিম সকলৰ বিবাহৰ সকলো নিয়ম লিখিতভাবে আৰু সুশৃঙ্খলভাবে পৰিচালিত হৈ আহিছে কেনে ক্ষেত্ৰত মুছলিম সকলৰ Cousin Marriage ক uncodified বুলি গণ্য কৰা হ’ব নে? এয়া আজিৰ তাৰিখত সঠিক উত্তৰ নথকা প্ৰশ্ন ।
উল্লেখ্য যে কিছুমান ধৰ্মীয় লোকে দুই ভাইয়ে মিলি এগৰাকী যুৱতীক বিবাহ কৰে। এতিয়াও হিমাচল প্ৰদেশৰ কিছু অঞ্চলত পোৱা যায় আৰু তেওঁলোকে গৌৰবেৰে এই বিবাহ সম্পন্ন কৰে। তেনে ক্ষেত্ৰত মুছলিম সকলৰ Cousin Marriage ক বেয়া দৃষ্টিৰে চোৱাৰ যুক্তি ক’ত?
Schedule – I
[see section 3(1)(d)]
Lists of Prohibited Relationships
List – I
- Mother.
- Father’s widow (step-mother).
- Mother’s mother.
- Mother’s father’s widow (step grand-mother)
- Mother’s mother’s mother.
- Mother’s mother’s father’s widow (step great grand-mother).
- Mother’s father’s mother.
- Mother’s father’s father’s widow (step great grand-mother).
- Father’s mother.
- Father’s father’s widow (step-grand mother).
- Father’s mother’s mother.
- Father’s mother’s father’s widow (step great grand-mother).
- Father’s father’s mother.
- Father’s father’s father’s widow (step great grand-mother).
- Daughter.
- Son’s widow.
- Daughter’s daughter.
- Daughter’s son’s widow.
- Son’s daughter.
- Son’s son’s widow.
- Daughter’s daughter’s daughter.
- Daughter’s daughter’s son’s widow.
- Daughter’s son’s daughter.
- Daughter’s son’s son’s widow.
- Son’s daughter’s daughter.
- Son’s daughter’s son’s widow.
- Son’s son’s daughter.
- Son’s son’s son’s widow.
- Sister.
- Sister’s daughter.
- Brother’s daughter.
- Mother’s sister.
- Father’s sister.
- Father’s brother’s daughter.
- Father’s sister’s daughter.
- Mother’s sister’s daughter.
- Mother’s brother’s daughter.
৩) Remarry divorce:
UCC Assam , 2026 ত divorce ক পুণৰ বিবাহ কৰাৰ অনুমতি দিয়া হৈছে। যিটো ইছলাম ধৰ্মই সমৰ্থন নকৰে।
Section 36. (1)
When a decree for divorce or nullity of marriage has been passed and either there is no right of appeal against the decree or, if there is such a right of appeal, the time for appealing has expired without an appeal having been presented, or an appeal has been presented but has been dismissed, it shall be lawful for either party to the decree to marry again.
(2) Right to remarry under sub-section (1) includes the right to remarry the divorced spouse without any condition, such as marrying a third person before such remarriage.
মোৰ প্ৰশ্ন হ’ল- হিন্দু ধৰ্মই বা অন্য ধৰ্মই এই সম্পৰ্কে কি কয়? তেওঁলোকৰ ধৰ্ম গ্ৰন্থই divorceক পুণৰ বিবাহ কৰাৰ অনুমতি দিয়ে নেকি? সেয়া আমি জানিব বিচাৰোঁ।
UCC Assam , 2026ত থকা এটা ভাল নিয়ম-
যদি বিবাহৰ পিছত মহিলা গৰাকীয়ে বা পুৰুষ জনে অন্য কাৰোবাৰ লগত শাৰিৰীক সম্পর্ক স্থাপন কৰে তেন্তে দুয়োকে Divorce দিয়াৰ অনুমতি প্ৰদান কৰা হৈছে যিটো ভাল পদক্ষেপ বুলি ক’ব পাৰি।
Divorce দিব পৰা এটা কাৰণ এনেদৰে প্ৰদান কৰা হৈছে-
After the solemnization or contract of the marriage, had voluntary sexual intercourse with any person other than the petitioner. Section 31(1)(i)
শেষত মই অসম চৰকাৰক অনুৰোধ কৰিম- মুছলিম সকলক এই আইনৰ পৰা আঁতৰত ৰাখিব লাগে। আপোনালোকে হিন্দু ভাই সকলৰ মাজত UCC আনক আমাৰ ক’ব লগা নাই।
মুছলিম দ’ল সংগঠন, আইনজীবী সকলোলৈ অনুৰোধ- আইনৰ কাষ চাপিব লাগে।
✍️ আব্দুছ ছাত্তাৰ
