ৰমজানৰ সৰ্বপ্ৰথম ৰোজা

Share :

◾ ৰমজান (رَمَضان) শব্দৰ অর্থ-
ৰমজান শব্দটি আৰবী। শুদ্ধ উচ্চাৰণ ‘ৰামাজান’ । ফাৰ্ছী উর্দু, হিন্দি, বাংলা আৰু অসমীয়া উচ্চাৰণো এটি ৰমজান। ইংৰাজীত ৰামাদান বা ৰমজানো কোৱা হয়।

ৰমজান (رَمَضان) শব্দৰ অর্থ কেইবাটাও-b

প্রচণ্ড গৰম,
সূর্যৰ তাপত উত্তপ্ত হোৱা,
সূর্যতাপত উত্তপ্ত বালি বা মৰুভূমি,
গৰম মাটিৰ তাপত ভৰিত ফোট ওলোৱা,
জ্বলি যোৱা,
ঘাম ওলোৱা,
জমা তেল গলি যোৱা,
জ্বৰ আৰু তাপ ইত্যাদি।

◾ ৰমজানৰ সৰ্বপ্ৰথম ছিয়াম (ৰোজা) কেতিয়া ফৰজ হয়?

আল্লামা ইবনে কাছীৰ ৰাহঃ এ ‘আল বিদায়া লাল নিহায়া’ গ্রন্থত উল্লেখ কৰিছে যে দ্বিতীয় হিজৰীৰ শ্বাবান মাহত, বদৰৰ যুদ্ধৰ পূৰ্বে ৰমজানৰ ৰোজা ফৰজ কৰা হয়।

(দৰচে তিৰমিজী, ইমাম নবৱী, )