হায়া (লজ্জা)

Share :

হায়া (লজ্জা) ঈমানৰ অঙ্গ; ঈমানৰ স্থান হল জান্নাত।
অশ্লীলতা হল অবাধ্যতা আৰু অত্যাচাৰৰ অঙ্গ; আৰু অত্যাচাৰৰ স্থান হল জাহান্নামে।

(তিৰমিজী হাদীছ নং- ২০০৯, ২০১৫)