Deeniyat Course Registration ১। নাম আৰু ঠিকনা সম্পূৰ্ণ নাম (Full Name) পিতা / অভিভাৱক (Father/ Guardian) গাওঁ/ চহৰ জিলা ব্যস্ততা (Occupation) শিক্ষাৰ্থী চাকৰি ব্যৱসায় বয়স জন্মৰ তাৰিখ ২। কোৰ্চ নিৰ্বাচন (Course Selection) দ্বীনিয়াত ফাউণ্ডেশ্বন কোৰ্চ সম্পূৰ্ণ (Deeniyat Foundation Course Part-1, 2) দ্বীনিয়াত গ্ৰীষ্মকালীন ক্লাছ (Deeniyat Foundation Course : Summer Class) মাধ্যম অসমীয়া হিন্দী উৰ্দু ৩। যোগাযোগ (Contact Number ) মবাইল নম্বৰ (Mobile Number) হোৱাট্চাপ নম্বৰ (WhatsApp Number) ইমেইল (Email) ৪। অতিৰিক্ত তথ্য (Additional Information) পূৰ্বে কোনো কোৰ্চ কৰিছে নেকি হয় নহয় আপোনি কিমান পঢ়িব জানে মুটামুটি পঢ়িব জানে নতুন পছন্দৰ সময় ▪ বিয়লি ২ বজা। ▪ বিয়লি ৪ বজা। ▪ সন্ধিয়া মাগৰিবৰ পিছত (৬:৩০ বজা) । ▪ ৰাতি ঈশ্বাৰ পিছত (৮:৩০ বজা) । ৫। নিৰ্দেশনাৱলী (Guidelines): • এই কোৰ্চ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে পৱিত্ৰ কুৰআন পাঠ আৰম্ভ কৰিব পাৰিব। • শিক্ষকৰ সমুখত কমেও ২/৩ পাৰা পঢ়িবলৈ আৰু প্ৰয়োজনীয় ইছলামী শিক্ষা অৰ্জন কৰিবলৈ পৰৱৰ্তী কোৰ্চ কৰাৰ দৰকাৰ হব। • অনলাইন ক্লাছ কৰাৰ টেকনিকেল সহায়ৰ বাবে আমাৰ লগত যোগাযোগ কৰিব। • ৰেজিষ্ট্ৰেছনৰ পিছত "গ্ৰুপ নম্বৰ" ত, ছালাম লিখি এটা মেছেজ কৰিব। • ক্লাছৰ দিন, সময়, লিংক আৰু কিছু প্ৰয়োজনীয় কথা হোৱাটছএপ গোটত জনাই দিয়া হব। • পাঠদান ৰবিবাৰে আৰু শুক্ৰবাৰে বন্ধ থাকিব। (এই ২ দিন নিজেই ৰিভাইজ কৰিব) Checkbox মই সকলো কথা ভালকৈ পঢ়ি, জানি বুজি উক্ত কোৰ্চ কৰিবলৈ মনস্থ কৰিছোঁ। Submit