Deeniyat Course Registration

১। নাম আৰু ঠিকনা
৩। যোগাযোগ (Contact Number )
৪। অতিৰিক্ত তথ্য (Additional Information)
৫। নিৰ্দেশনাৱলী (Guidelines):
• এই কোৰ্চ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে পৱিত্ৰ কুৰআন পাঠ আৰম্ভ কৰিব পাৰিব।
• শিক্ষকৰ সমুখত কমেও ২/৩ পাৰা পঢ়িবলৈ আৰু প্ৰয়োজনীয় ইছলামী শিক্ষা অৰ্জন কৰিবলৈ পৰৱৰ্তী কোৰ্চ কৰাৰ দৰকাৰ হব।
• অনলাইন ক্লাছ কৰাৰ টেকনিকেল সহায়ৰ বাবে আমাৰ লগত যোগাযোগ কৰিব।
• ৰেজিষ্ট্ৰেছনৰ পিছত "গ্ৰুপ নম্বৰ" ত, ছালাম লিখি এটা মেছেজ কৰিব।
• ক্লাছৰ দিন, সময়, লিংক আৰু কিছু প্ৰয়োজনীয় কথা হোৱাটছএপ গোটত জনাই দিয়া হব।
• পাঠদান ৰবিবাৰে আৰু শুক্ৰবাৰে বন্ধ থাকিব। (এই ২ দিন নিজেই ৰিভাইজ কৰিব)