ৰেজিস্ট্ৰেশ্বন ফৰ্মখন পুৰ কৰোতে অসুবিধা হলে বা payment কৰাৰ 30 মিনিটৰ ভিতৰত যদি ইমেইলত ৰছিদ নাপালে পেমেণ্টৰ স্ক্ৰীনশ্বট আৰু ইমেইল আইডি ৰ সৈতে 9110459255 ত WhatsApp ত যোগাযোগ কৰিব।
ৰেজিস্ট্ৰেশ্বন কৰিবলৈ ৰেজিস্ট্ৰেশ্বন মাচুল 58 টকা আদায় কৰাটো বাধ্যতামূলক। যদি আপোনাৰ অনলাইন পেমেণ্ট কৰাত বা ফৰ্মখন পূৰণ কৰাত কোনো অসুবিধা হৈছে তেন্তে ওচৰৰ কোনো জনা ব্যক্তি বা অনলাইনৰ কাম কৰা কম্পিউটাৰ দোকানত গৈ, তাত মাচুলখিনি দি কামটো কৰাই লওক।
তথাপি কোনো কিবা বুজি নাপালে যোগাযোগ কৰিব- 7577809644
[pmpro_checkout]