বিভিন্ন ধৰ্মৰ বলি প্ৰথা আৰু ইছলামৰ ক্বুৰবাণী প্ৰথা- ঐতিহাসিক পটভূমি

য’তেই কোৰবানীৰ ধাৰণা পোৱা যায়, তাতেই সাধাৰণত পবিত্রতাৰ আভাষ পোৱা যায়। মানুহ সদায় আত্মত্যাগৰ জড়িয়তে নিজৰ অথবা তেওঁৰ পবিত্রতাৰ মাজত সংযোগ স্থাপন কৰিবলৈ প্ৰয়াস কৰে। বলিদান হ’ল, অলৌকিক প্রাণীৰে বলিদানৰ …

Read more