নামাজত মনটো কত উৰি থাকে? পৰ্ব-১

প্ৰায় প্ৰতিজন নামাজীৰ একেই সমস্যা – নামাজ আৰম্ভ হলে মনটো বিশ্ব ভ্ৰমণত নামি পৰে, দৰকাৰী, অদৰকাৰী সকলো চিন্তাই জুমুৰি ধৰে। যেনে কোনো চিন্তা-মেচিনতহে থিয় হৈছে। সেয়ে নামাজীসকলৰ মুখত এটা প্ৰশ্ন …

Read more