আজি বিশ্ব গ্ৰন্থ দিৱস : জানক কিতাপৰ ইতিহাস 

বিশ্ব গ্ৰন্থ দিৱস : জানক কিতাপৰ ইতিহাস  ▪️ বিশেষকৈ ২৩ এপ্ৰিলত বহু প্ৰখ্যাত লেখক-সাহিত্যিকৰ জন্ম আৰু মৃত্যু হৈছিল। ▪️ ১৯৯৫ চনৰ ২৩ এপ্ৰিলত পোন প্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱস উদযাপন …

Read more

ঈদুল ফিতৰ কাৰ বাবে?

■ ঈদ কিয়? সকলাে উৎসৱৰে মূল লক্ষ্য হ’ল আনন্দৰ মাজেৰে মানুহৰ মাজত একতা ভাব প্রকাশ কৰা। এটি জাতিৰ স্বতন্ত্র পৰিচয়-সত্তা নির্মাণ কৰিবলৈ মানুহৰ মাজত ঐক্যৰ চেতনা আৰু ভ্রাতৃত্বৰ মৈত্রী জাগ্রত …

Read more

সূৰ্য্য গ্ৰহণ : ইছলামী দৃষ্টি আৰু জৰুৰী নিৰ্দেশনা

সূৰ্য্য গ্ৰহণ : ইছলামী দৃষ্টি আৰু জৰুৰী নিৰ্দেশনা সূর্যগ্রহণৰ বৈজ্ঞানিক ব্যাখ্যা : পৃথিৱী নিজৰ পৰিভ্রমণ অৱস্থাত চন্দ্ৰ আৰু সূর্যৰ মাজত আহিলে কিছু সময়ৰ বাবে পৃথিৱী , চন্দ্ৰ আৰু সূর্য্য একেই …

Read more

শ্ববে(লাইলাতুল) কদৰ

এই ৰাতিৰ ফজিলত:  মহান আল্লাহে কৈছে- “নিশ্চয়ই মই অৱতীৰ্ণ কৰিছো এই কুৰআন শ্ববে ক্বদৰত। আৰু আপুনি জানেনে শ্ববে ক্বদৰ কি? শ্ববে ক্বদৰ হাজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ। সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ …

Read more

ইতিক্বাফ: ৰমজানৰ মর্যাদাপূর্ণ আমল

 ইতিকাফ কি?   ইতিকাফ আৰবী শব্দ। ইয়াৰ আভিধানিক অর্থ হ’ল অৱস্থান কৰা, কোনো স্থানত নিজকে আবদ্ধ কৰি ৰখা।   শ্বৰীয়তৰ পৰিভাষাত ইতকিাফ হ’ল ইবাদত আৰু ছোৱাবৰ উদ্দেশ্যত, পুৰুষ সকলৰ বাবে …

Read more

জাকাৎ কত আৰু কাক আদায় কৰিব?

জাকাৎ কত আৰু কাক আদায় কৰিব? إِنَّمَا ٱلصَّدَقَٰتُ لِلْفُقَرَآءِ وَٱلْمَسَٰكِينِ وَٱلْعَٰمِلِينَ عَلَيْهَا وَٱلْمُؤَلَّفَةِ قُلُوبُهُمْ وَفِى ٱلرِّقَابِ وَٱلْغَٰرِمِينَ وَفِى سَبِيلِ ٱللَّهِ وَٱبْنِ ٱلسَّبِيلِ ۖ فَرِيضَةً مِّنَ ٱللَّهِ ۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ. …

Read more

বদৰ দিৱস : বদৰৰ যুদ্ধ (১ম,২য় পৰ্ব )

#17thRamzan #NePeace ১ম পৰ্ব ৰমজানুল মোবাৰকৰ সোতৰ তাৰিখ। সত্য মিথ্যাৰ পার্থক্য নির্দেশক গ্রন্থ আল কুৰআনুল কাৰীম নাজিলৰ মাহ ৰমজান। আৰু আজিৰ দিনটো অসাধাৰণ তাৎপর্যৰ অধিকাৰী। আজি ঐতিহাসিক বদৰ দিৱস। কেৱল …

Read more

বদৰ দিৱস-২

17thRamzan #BattelleOfBadr #NePeace ১৭ ৰমজান, বদৰৰ যুদ্ধ – (সংগৃহীত) ৩য় পৰ্ব ◼️যুদ্ধৰ দিনা : ‘হে আল্লাহ তুমি যি প্রতিশ্রুতি দিছা সেয়া পূর্ণ কৰা। হে আল্লাহ, আমি তোমাৰ প্ৰতিশ্ৰুতিৰ পূর্ণতা কামনা …

Read more

৩১৩: বদৰী চাহাবা

ইতিহাস সাক্ষী, বদৰৰ যুদ্ধত অংশগ্রহণকাৰী চাহাবাসকল (নবী মুহাম্মদ ছাঃ ৰ মু’মিন সঙ্গী) আজি লৈকে খুবেই সম্মানৰ দৃষ্টিতে চোৱা হয়। তলত বদৰৰ যুদ্ধত অংশগ্ৰহণ কৰা মুহাজিৰ আৰু আনছাৰ চাহাবিসকলৰ নাম উল্লেখ …

Read more

বিজ্ঞানৰ দৃষ্টিত ৰোজা

ৰমজানৰ ৰোজা (Fasting)- মুছলমানসকলৰ বাবে ৰমজান মাহৰ গোটেই কেইদিন(২৯ বা ৩০ দিন) ৰোজা(উপবাস) ৰখাটো ফৰজ  (Mandatory)। তাৰ মানে পৱিত্ৰ ক্বুৰআনৰ নিৰ্দেশ মতে প্ৰতি বছৰে এমাহ ৰোজা ৰখা বাধ্যতামূলক৷ ক্বুৰআনৰ নিৰ্দেশেই …

Read more

ৰমজান মাহৰ প্ৰসিদ্ধ স্মৰণীয় ঘটনাৱলী

ইছলাম আৰু মুছলিমসকলৰ ইতিহাসৰ বহুত গুৰুত্বপূর্ণ তথা তাৎপর্যপূর্ণ ঘটনা বুকুত ধাৰণ কৰি আছে এই ৰমজান মাহত। সেইবোৰ বিশেষভাবে মুছলমানসকলৰ ত্যাগ আৰু ত্যাগৰ বিনিময়ত বিজয় তথা সফলতাৰ ইতিহাসসমৃদ্ধ।  তলত চমুকৈ কিছু …

Read more

ৰোজাৰ ফজীলত আৰু সমন্বয়ৰ বাৰ্তা

ৰহমত বৰকত আৰু মাগফিৰাতৰ মাহ মাহে ৰমজান। উম্মতে মুহাম্মদীৰ বাবে এক নিয়ামতপূৰ্ণ মাহৰ নাম ৰমজান। পূর্ববর্তী উম্মত সকলৰ মাজত শ্ৰেষ্ঠত্বৰ পার্থক্য নির্ণয়কাৰী মাহ হৈছে মাহে ৰমজান। উম্মতে মুহাম্মদীৰ বয়স কম। …

Read more

যি কাৰণ সমূহত ৰোজা ভঙ্গ হয় আৰু পিছত কেৱল কাজা কৰিব লাগে

► মাছআলা নং ১অজু বা গা-ধুৱাৰ সময়ত ৰোজাৰ কথা স্মৰণ থকা অৱস্থাত অনিচ্ছাকৃতভাৱে মূখৰ ভিতৰত পানী প্ৰৱেশ কৰিলে ৰোজা ভঙ্গ হৈ যাব। লাকিত ইবনে ছাবিৰা (ৰাঃ)ৰ পৰা বর্ণিত, ৰাছূলুল্লাহ ছাল্লাল্লাহু …

Read more

যিবোৰ কাৰণত ৰোজা ভঙ্গ হয়, পিছত কাজা আৰু কাফ্ফাৰা দুয়োটা আদায় কৰিব লাগে

যিবোৰ কাৰণত ৰোজা ভঙ্গ হয় পিছত কাজা আৰু কাফ্ফাৰা দুয়োটা আদায় কৰিব লাগে ◼️ কাফ্ফাৰা কি? কাফ্ফাৰাৰ অৰ্থ – (کفارہ) (propitiation)প্রায়শ্চিত্ত, সন্তুষ্টি লাভ। কাৰোবাৰ খং কম কৰি তাক সন্তুষ্ট কৰাৰ …

Read more

ৰমজানৰ সৰ্বপ্ৰথম ৰোজা

◾ ৰমজান (رَمَضان) শব্দৰ অর্থ-ৰমজান শব্দটি আৰবী। শুদ্ধ উচ্চাৰণ ‘ৰামাজান’ । ফাৰ্ছী উর্দু, হিন্দি, বাংলা আৰু অসমীয়া উচ্চাৰণো এটি ৰমজান। ইংৰাজীত ৰামাদান বা ৰমজানো কোৱা হয়। ৰমজান (رَمَضان) শব্দৰ অর্থ …

Read more

ৰমজানৰ ৰোজা আৰু বাস্তৱমূলক শিক্ষা

কলিমা, নামাজ, যাকাত, ৰোজা আৰু হজ্জক ইছলামে বূনিয়াদ বা ভেটি বুলি ঘোষণা কৰিছে। ইছলামে এনে এক সমাজ আৰু সাংস্কৃতিক সৌধ নিৰ্মাণ কৰিব বিচাৰে য’ত ধনী আৰু দূখিয়াৰ মাজত কোনো ভেদাভেদ …

Read more

ঐতিহাসিক ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী : কুৰআন আৰু হাদীছৰ দৃষ্টিত- এপিচড-১ | পৰ্ব-১, ২

ঐতিহাসিক ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী : কুৰআন আৰু হাদীছৰ দৃষ্টিত –  ⬛ ঐতিহাসিক “ইছৰা আৰু মিৰাজ ভ্ৰমণ কাহিনী” শীৰ্ষক লিখনিৰ সম্পূৰ্ণ সূচী —     ১। ইছৰা আৰু মিৰাজ ৰ সংজ্ঞা।  …

Read more

বাবৰি মছজিদ শ্বহীদ হৈছিল: জানক প্ৰথম আঘাতকাৰী বলবীৰ সিঙৰ  ইছলাম গ্রহণৰ নেপথ্য কথা:

ইছলাম গ্ৰহণৰ পিছত প্ৰায়শ্চিত্ত কৰিবলৈ বলবীৰ সিং ওৰফে মহম্মদ আমিৰে ভাঙি পৰা বা নতুনকৈ ১০০ খন মছজিদ মেৰামতি আৰু নিৰ্মাণ কৰিবলৈ সংকল্পবদ্ধ হৈছিল। মুহাম্মদ আমিৰৰ দাবী মতে , ১৯৯৩ চনৰ …

Read more

ৰাষ্ট্ৰীয় শিক্ষা দিৱস আৰু মৌলানা আবুল কালাম আজাদ – পৰ্ব-১, পৰ্ব-২

“প্রশ্ন হল, এতিয়ালৈকে শিক্ষাৰ ওপৰত আমাৰ কোনো নিয়ন্ত্রণ নাছিল, এয়া বিদেশী চৰকাৰৰ দখলত আছিল। সিহঁতে যি শিকাইছে সম্ভৱত সেয়া শুদ্ধ। কিন্তু যিভাৱে শিকাইছে, সেয়া আমাৰ মগজুক খুলি দিয়াৰ পৰিৱৰ্তে বন্ধ …

Read more

পৱিত্ৰ ক্বুৰআনৰ পাচটি মটিভেশ্বনেল আয়াত

কলম – মওঃ নুৰ আলম শ‌ইকীয়া। সম্পাদনা (A) – এম ইউছুফ কাছিমী (সম্পাদক NE PEACE )  আজিৰ লেখাটিত পৱিত্ৰ কোৰ‌আনৰ এনেকুৱা পাচটা আয়াত সম্পর্কে আলোচনা কৰিব বিচাৰিছোঁ, যিয়ে এজন মানুহৰ …

Read more

জুমআহ (শুকুৰবাৰ) দিৱস : এপিচড-১| পৰ্ব৩ | নামাজৰ গুৰুত্ব , চুন্নত আৰু আদাব , ত্যাগ কৰাৰ পৰিণিতি

জুমআহ (শুকুৰবাৰ) দিৱস : এপিচড-১| পৰ্ব৩ | নামাজৰ গুৰুত্ব , চুন্নত আৰু আদাব , ত্যাগ কৰাৰ পৰিণিতি ◼️ জুমআৰ (শুকুৰবৰীয়া) নামাজৰ ফজীলত : হাদীছ-১আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: পাঁচ …

Read more

পৰস্পৰ মতভেদ, বিবাদ আৰু সামাজিক দায়বদ্ধতা

সর্বশক্তিমান সৃষ্টিকৰ্তা আল্লাহ তাআলাই মানুহক জীৱন্ত, হাহিঁব-কান্দিব পৰা, কথা কব পৰা আৰু চলা ফুৰা কৰিব পৰাকৈ অস্তিত্ব প্ৰদান কৰিছে। মানুহক চিন্তাক্ষমতা, বুজশক্তি আৰু সৃজনশীল শক্তি দান কৰিছে। লগতে তাক ইচ্ছাশক্তি …

Read more

শিক্ষক দিৱস উপলক্ষে বক্তব্য-১ : আমাৰ জীৱনত শিক্ষকৰ ভূমিকা

শিক্ষক দিৱস উপলক্ষে বক্তব্য-১ : আমাৰ জীৱনত শিক্ষকৰ ভূমিকা শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, আমাৰ বিদ্যালয়ৰ মেৰুদণ্ড স্বৰুপ , শিক্ষাগুৰুসকল আৰু প্ৰিয় বন্ধুসকল! আজি এই বিশেষ দিনটোত যি মহান ব্যক্তিসকলক স্মৰণৰ নামত …

Read more

ৰোগী অন্তৰ | পৰ্ব-২ : পৱিত্ৰ আৰু ৰোগমুক্ত কৰাৰ উপায়

ৰোগী অন্তৰ : কাৰণ, লক্ষণ আৰু সমাধান। পৰ্ব-২ : অন্তৰ ৰোগমুক্ত তথা পৰিস্কাৰ কৰাৰ উপায়। অন্তৰ 🧡 পবিত্ৰ কৰাৰ বিভিন্ন উপায় আৰু পদ্ধতি পৱিত্ৰ ক্বুৰআন আৰু ছুন্নতত উল্লেখ পোৱা যায়। …

Read more

জুমআহ (শুকুৰবাৰ)দিৱস : গুৰুত্ব আৰু তাৎপৰ্য – এপ-১| পৰ্ব-২

পৰ্ব-২ : জুমআৰ গুৰুত্ব আৰু তাৎপৰ্য • জুমআ দিৱসৰ সন্দৰ্ভত হাদীছ।• দুআ গৃহীত হোৱাৰ সময়• ছূৰা কাহাফৰ তিলাৱত• বিশেষ দুৰুদ শ্বৰীফ• শুকুৰবাৰে মৃত্যুবৰণ কৰাৰ ফজীলত। ◼️ শুকুৰবাৰৰ গুৰুত্ব তাৎপৰ্য: প্ৰাৰ্থনাৰ …

Read more

ইছলামত আত্মহত্যা আৰু ইয়াৰ পৰিণতি-১

কলম – হিফজুৰ ৰহমানসম্পাদনা – এম ইউছুফ কাছিমী আত্মহত্যা এক জঘন্য মানসিকতা। বৰ্তমান সময়ত আত্মহত্যাৰ পৰিমাণ ইমানেই বাঢ়িছে যে বিভিন্ন ঠাইৰ পৰা এই আত্মহত্যাৰ বিষয়ে টেলিভিছন আৰু বাতৰি কাকতত দুই …

Read more

সমাজ আৰু সভ্যতা বচাবলৈ মনুষ্যত্বৰ বিকাশ অপৰিহাৰ্য

মানুহ আনৰ দৰে কেৱল প্রাণীয়েই নহয়। কিছুমান মানৱীয় বৈশিষ্ট্যই তেখেতক অন্য প্ৰাণীৰ পৰা ভিন্ন কৰি ৰাখিছে। মানুহৰ যেনেদৰে আছে জৈৱিক অথবা বস্তুগত দিশ, ঠিক তেনেদৰে আছে নৈতিক দিশো। মানুহৰ মাজত …

Read more

ৰোগী অন্তৰ: লক্ষণ, কাৰণ আৰু চিকিৎসা | এপিচড-১

—কঠিন অন্তৰৰ বিশ্লেষণ আৰু লক্ষণ— মানুহ কেৱল ভৌতিক জীৱ নহয়। সুন্দৰ শাৰীৰিক ৰূপৰ লগতে সৰ্বশক্তিমান সৃষ্টিকৰ্তাই মানুহক এটা সুন্দৰ কাল্ব বা হৃদয় প্ৰদান কৰিছে। যাৰ জৰিয়তে মানুহে ভালকৈ চিন্তা কৰি …

Read more

জুমআহ দিৱস (শুকুৰবাৰ) : ইতিহাস, গুৰুত্ব আৰু বহু কথা

পৰ্ব-১ : পটভূমি – আমি যদি মুছলিম ঘৰত জন্ম গ্ৰহণ কৰিছোঁ, আৰু ইছলামী জীৱন ব্যৱস্থা অৱলম্বন কৰি মুছলিম হিচাপেই মৃত্যুবৰণ কৰিব বিচাৰো, তেন্তে নিশ্চয় সকলোৱে ইছলামৰ প্ৰতিটো ব্যৱস্থা, প্ৰতিটি কৰ্ম, …

Read more

বক্তব্য-২ : স্বাধীনতাৰ ৭৫ বছৰ আৰু আমি

(১) শ্ৰদ্ধাৰ ৰাইজ ! আজি স্বাধীনতা দিৱস উপলক্ষে স্মৃতি সভাত এফালে যদি আমি, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ডঃ আম্বেদকাৰ ছাৰ, স্বহীদ ভগত সিং, চৰদাৰ বল্লভ ভাই পেটেল, নেতাজী সুভাষ চন্দ্ৰ …

Read more

স্বাধীনতাৰ ৭৫ বছৰ আৰু আমি : বক্তব্য-১

বছৰ বছৰ ধৰি আন্দোলনৰ পিছত, লক্ষাধিক দেশবাসীৰ বলিদানৰ পিছত আমাৰ ভাৰতবৰ্ষ বৃটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিলে। ফলত আমি ভাৰতবাসীয়ে প্ৰতি বছৰে ১৫ আগষ্টৰ দিনা বৰ উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন …

Read more

দাৰুল উলুম দেওবন্দত উপস্থিত প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ নাজিব জং আৰু বিষয়াসলৰ এটি প্ৰতিনিধি দল

দাৰুল উলুম দেওবন্দত উপস্থিত দিল্লীৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ নাজিব জং আৰু বিষয়া তথা বুদ্ধিজীৱীসকলৰ এটি প্ৰতিনিধি দল – অতিথিবৃন্দক অধ্যক্ষ মৌলানা মুফতি আবুল কাছিম নুমানি আৰু প্ৰধান শিক্ষক মৌলানা চৈয়দ …

Read more

হজৰত হুছেইন ৰাঃ ৰ, চমু জীৱনী আৰু শ্বাহাদত কাহিনী : পৰ্ব-১

হুছেইন ইবনে আলী (আৰবি: حُسين بن علي بن أبي طالب‎‎) আছিল ইছলামৰ সর্বশেষ খলিফা বিখ্যাত চাহাবী হজৰত আলী ইবনে আবি তালিব আৰু সৰ্বশেষ নবী মুহাম্মদ ছাঃ কন্যা ফাতিমা জাহৰাহ ৰাঃ …

Read more

হজৰত ইমাম হুছেইন ৰাঃ ৰ শ্বাহাদত কাহিনী : এপিচড-২ / পৰ্ব-২

যোৱা সংখ্যাৰ পিছৰ পৰা……………………… (পটভূমি-২ চলি আছিল) ইমাম হুছেইন (ৰাঃ)ৰ মক্কালৈ আগমন : ইমাম হুছেইন (ৰাঃ) মদীনাত নিৰাপদ আৰু নিৰাপদ অনুভৱ কৰা নাছিল। মদীনাৰ ৰাজ্যপালজনে (গৱৰ্ণৰ) তেওঁক বাৰে বাৰে বাৰ্তাবাহকৰ …

Read more

ইমাম হুছেইন ৰাঃ ৰ শ্বাহাদত কাহিনী : এপিচড-২, পৰ্ব-১

পৃথিৱীৰ ইতিহাসত আটাইতকৈ নির্মম আৰু হৃদয় বিদাৰক ঘটনা কাৰবালাৰ ময়দানত সংঘটিত হয়ছিল। ৬১ হিজৰী চনৰ ১০ মুহাৰ্ৰমৰ দিনা ইৰাকৰ ফোৰাত নদীৰ পাৰত কাৰবালাৰ ময়দানত ক্ষমতালোভী, পাপিষ্ট, দুশ্চিন্তক ইয়াযিদৰ নির্দয় সেনাবাহিনীৰ …

Read more

হজৰত ইমাম হুছেইন ৰাঃ ৰ শ্বাহাদত কাহিনী : এপিচড-২ / পৰ্ব-৩

হজৰত ইমাম হুছেইন ৰাঃ ৰ শ্বাহাদত কাহিনী : Ep-২ / পৰ্ব-৩ (শেষ) ইমাম হোছাইন (ৰাঃ) ৰ কুফা যাত্রা : কুফাৰ পৰা মুছলিম ইবনে আকিল (ৰাঃ) ৰ প্রেৰিত চিঠিৰ দ্বাৰা খবৰ …

Read more

মহৰম মাহ আৰু দশম মহৰম।

১.) মহৰম মাহ: মহৰম মাহৰ নামাকৰণৰ পৰাই প্রতীয়মান হয় তাৰ ফজিলত আৰু তাৎপৰ্য । আৰবী বর্ষপঞ্জিৰ প্রথম মাহ মহৰম মাহ । মহৰম শব্দৰ অর্থ অলঙ্ঘনীয়, মর্যাদাপূর্ণ, তাৎপর্যপূর্ণ। যিহেতু অনেক ইতিহাস-ঐতিহ্য, …

Read more

শেষ পৰ্ব: UCC ৰ বিৰোধিতা

ইউনিফৰ্ম চিভিল কোড (UCC) কি আৰু কিয় নহয়? শেষ পৰ্ব ◾ইউনিফৰ্ম চিভিল কোড (UCC) ৰ বিৰোধিতা : ভাৰতবৰ্ষত “ইউনিফৰ্ম চিভিল কোড”ৰ স্পষ্ট অৰ্থ হল, এই দেশৰ মুছলমানসকলে নিজৰ ধৰ্মীয় নিৰ্দেশনাৰ …

Read more

ওমৰ ৰাঃ ৰ অমৰ জীৱনী- এপিচড-১

হজৰত ওমৰ ৰাঃ ৰ অমৰ জীৱনী এপিচড-১ : ব্যক্তিগত জীৱন (খলিফা হোৱা লৈকে)। ১ম পৰ্বসূচী:১। আৰম্ভণি।২। থোৰতে ওমৰ ফাৰূক ৰাঃ।৩। প্ৰথম জীৱন (ইছলামৰ পূৰ্বে-১) ।৪। মুহাম্মদ(ছঃ) ৰ যুগত (ইছলামৰ পূৰ্বে-২)।৫। …

Read more

পৱিত্ৰ হজ্জ-২০২৩ৰ অন্তিম (আৰাফাৰ বয়ান) ভাষণ অসমীয়াত –

এইবাৰৰ হজ্জৰ অন্তিম তথা আৰাফাৰ ভাষণ প্ৰদান কৰে কাবা শ্বৰীফৰ ইমাম তথা চৌদি আৰৱৰ সৰ্বোচ্চ উলেমা কাউঞ্চিলৰ সদস্য শ্বায়েখ ডঃ ইউছুফ বিন মহম্মদ বিন ছাঈদ। কালি ২৭ জুন ২০২৩ মঙলবাৰে …

Read more

ইছলামৰ দৃষ্টিত ক্বুৰবানী আৰু ইয়াৰ আনুসঙ্গিক কিছু কথা –

◾জন্তুৰ মংস ভক্ষন কৰা হব, কাৰণ- মানুহ স্বভাৱগত ভাৱেই এক মাংসভোজী প্ৰাণী। অন্যান্য কাৰণ সমূহৰ উপৰিও মানুহৰ মূখগহ্বৰত থকা বিভিন্ন আকৃতিৰ দাঁতবোৰেই তাৰ এক স্পষ্ট প্ৰমাণ। সেয়ে ইছলামী শ্বৰীয়তে মানুহৰ …

Read more

শ্ৰমিক দিৱস : শ্ৰম আৰু শ্ৰমিকৰ গুৰুত্ব

◼️ শ্ৰমৰ গুৰুত্ব : ইছলামী জীৱন ব্যৱস্থাই সদায় খাটি খোৱা লোকক উৎসাহিত কৰি আহিছে। নিজ হাতে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা লোকক ইছলামে অধিকভাৱে পছন্দ কৰে। যাৰ প্ৰমাণ হিচাপে সৃষ্টিকৰ্তা …

Read more

آسام کے گیان پیٹھ ایوارڈ یافتہ نیلمانی فوکن (جونیئر)

نیلمانی فوکن آسامی زبان کے معروف شاعر، آرٹ نقاد، پروفیسر اور مصنف ہیں۔ آسامی شاعری میں علامت نگاری اور منظر نگاری پر ان کا دور رس اثر تھا۔ ان کی …

Read more

جمعیۃ علماء ہند کے زیر اہتمام تحفظ مدارس اجلاس : کئی اہم فیصلے

◾دینی مدارس کی ہر قیمت پر حفاظت کی جائے گی-◾جمعیۃ علماء ہند کے زیر اہتمام تحفظ مدارس اجلاس –◾ مدرسوں کے تعاون کے لیے کمیٹی تشکیل-◾ ایک ہیلپ لائن جاری …

Read more

জাকাৎ কি আৰু কাৰ ওপৰত ৱাজিব?

জাকাতৰ সংজ্ঞা!জাকাত কাৰ ওপৰত ৱাজিব? জাকাতৰ আভিধানিক অর্থ: জাকাৎ শব্দৰ আভিধানিক অর্থ হ’ল পৱিত্র কৰা, বৃদ্ধি পোৱা (অৰ্থাৎ জাকাৎ আদায় কৰিলে ধন, সম্পদ পৱিত্র হয়, বৰ্কতপূৰ্ণ হয়, তথা বৃদ্ধি পায়।)  …

Read more

অনলাইন তিনিমহীয়া দ্বীনী শিক্ষা পাঠদান

তিনি মাহত কুৰআন, হাদীছ আৰু আকাইদৰ মৌলিক শিক্ষাঃ আল্লাহ তাআলাই পৱিত্র কুৰআনত ইৰশ্বাদ কৰিছে– وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِنْ مُدَّكِرٍআৰু নিশ্চয় মই কুৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ …

Read more

বিশ্বত মক্কা মদিনাৰ আলিমতকৈ বিজ্ঞ আলিম আছে নে ?

মক্কা মদিনাৰ আলিমতকৈ বিজ্ঞ আলিম পৃথিৱীৰ কতো নাই নেকি? এই বিষয়ে আলোচনা কৰাৰ আগতে এটা কথা ষ্পষ্ট কৰি দিওঁ যে এই লেখাটো মক্কা/মদিনাৰ আলিমক সকলক হেয়প্ৰতিপন্ন কৰিবলৈ তিলমানো চেষ্টা কৰা …

Read more

শ্ববে-বৰাত : বিভ্ৰান্তি আৰু জবাব

ইছলামী শ্বৰীঅ’তত দুই ধৰণৰ ধ্বংসাত্মক গোনাহে বান্দাৰ ঈমান-আমলক নিঃশেষ কৰি পেলায় :১. এটা ইলহাদ,২. আনটো বিদ্আ’ত ইলহাদ কোৱা হয় শ্বৰীঅ’তৰ অন্তৰ্ভুক্ত কোনো বিষয়বস্তু বা ইবাদতক অস্বীকাৰ কৰা, আৰু বিদআত কোৱা …

Read more

শ্বাবান মাহ আৰম্ভ- এই মাহ আমাৰ বাবে গুৰুত্বপূৰ্ণ কিয় ?

মূলঃমুফতী মৌলানা শ্বেখ মোহাম্মদ উছমান গনীযুগ্ম মহাসচিব, বাংলাদেশ জাতীয় ইমাম সমিতি; সহকাৰী অধ্যাপক, আহ্ছানিয়া ইনষ্টিটিউট অৱ চুফিজম।

ভেলেন্টাইন ডে’ আৰু ভালপোৱা

১ম পৰ্ব- ইছলামী দৃষ্টিত ভাল পোৱা। ২য় পৰ্ব- বিশ্ব ভালপোৱা দিৱস কি হয়? ৩য় পৰ্ব- বিশ্ব ভালপোৱা দিৱস পালনৰ ক্ষতিকাৰক কিছু দিশ। ✴ ইছলামৰ দৃষ্টিত স্নেহ, ভালপোৱা : ‘ভালপোৱা ’এটি …

Read more

ওমৰ ইবনে আব্দুল আজীজ ৰহঃ – ২ নভেম্বৰ বিশেষ

২ নভেম্বৰ বিশেষ থোৰতে : নাম, পৰিয়াল : নাম- ওমৰ ইবনে আব্দুল আজিজ। (عمر بن عبد العزيز)উপনাম- আবু হাফচ। পিতা- আব্দুল আজীজ। (আবুল আ’চৰ পুত্ৰ মাৰৱান ইবনে হাকামৰ পুত্ৰ।) মাতৃ- …

Read more

১৪০০ বছৰ পূৰণি কবিতাগীত ‘ত্বালাআল-বাদৰু আলাইনা’ – জানক ইতিবৃত্তি :

ৰবিউল আওৱাল মাহ চলি আছে। অৰ্থাৎ এই মাহৰ আজিৰ দিনটোতেই সমগ্ৰ জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ হজৰত মুহাম্মদ ছাঃ ৰ, এই জগতলৈ আগমন ঘটিছিল। আৰু সেই সময়ৰ অন্ধকাৰ জগতখন আলোকিত হৈ …

Read more

আলগৰিথম(Algorithm)ৰ জনক কোন ?

গণিতজ্ঞ, ভূগোলবিদ, জ্যোতির্বিজ্ঞানী-মুহাম্মদ ইবনে মুছা আল-খাৰিজমিৰ জীৱনী, পৰ্ব-১ ইংৰাজী “আলগৰিথম (algorithm)” শব্দটিৰ উৎপত্তি হৈছে ৯ম শতাব্দীৰ মুছলিম গণিতবিদ মোহাম্মদ ইবনে মুছা আল-খাৰিজমিৰ নামৰ পৰা। তেখেতেই হ’ল আলগোৰিথম অৰ্থাৎ ডাটা ষ্ট্ৰাকচাৰৰ …

Read more

যিনা আৰু তাৰ শাস্তি: পৰ্ব-১

যিনা- সাধাৰণতে আমি জানো বিয়াৰ আগত বা পিছত পুৰুষ আৰু মহিলাই অবৈধভাৱে যৌন মিলনত লিপ্ত হোৱাকে যিনা বুলি কোৱা হয়। কিন্তু এই বিষয়ে হাদিছত আৰু বিস্তাৰিত ভাবে উল্লেখ আছে – …

Read more

অনাথ আশ্ৰম স্থাপন- ইছলামৰ এক বিলুপ্ত ঐতিহ্য

কোনো শিশু সাবালক প্ৰাপ্ত বয়স্ক হোৱাৰ পূৰ্বে তাৰ পিতৃৰ মৃত্যু হৈ যোৱা- ইয়াকে ইছলামৰ পৰিভাষাত এতীম অনাথ বোলে। অনাথ শিশু সাবালক হোৱাৰ পিছত আৰু অনাথ হৈ নাথাকে অৰ্থাৎ এতীমত্ব শেষ …

Read more

অসমীয়া সংস্কৃতিলৈ মুছলমানসকলৰ অৱদান

অসমৰ সাংস্কৃতি বা অসমীয়া সংস্কৃতি বুলি কলে আমি জানো যে এই সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। বিভিন্ন জাতি-উপজাতিৰ সংমিশ্ৰণৰ ফলস্বৰূপেহে বাৰেৰহনীয়া অসমীয়া সংস্কৃতিৰ জন্ম হৈছে। মূলতঃ আৰ্য সংস্কৃতিক কেন্দ্ৰ কৰি গঢ় লৈছে …

Read more

কবৰৰ আজাব সম্পৰ্কে ভ্ৰান্তি ভঙ্গ

ইছলামৰ মৌলিক বিশ্বাসসমূহৰ ভিতৰত মৃত্যুৰ পাছত একাংশ মানুহৰ ওপৰত কবৰৰ আজাব হোৱাৰ বিষয়টো ইছলামৰ অপৰিহাৰ্য্য বিশ্বাস্য বিষয় ।একাধিক কোৰআনৰ আয়াত তথা নিৰ্ভৰযোগ্য হাদীছৰ দ্বাৰা কবৰৰ আজাবৰ সত্যতা প্ৰমাণিত হৈছে। হুছেইনে …

Read more

সময়ৰ আহ্বান-২: ইছলামত সাম্প্ৰদায়িক সম্প্ৰীতিৰ গুৰুত্ব

ইছলাম হৈছে এক সুন্দৰ জীৱন-ব্যৱস্থাৰ নাম। মুছলিম-অমুছলিম সকলোকে লগত লৈ সুন্দৰ এই বিশ্বত এখন সুন্দৰ সমাজ গঢ়ি তোলাৰ বাবে এই ইছলামৰ আছে প্ৰচুৰ পৰিমাণৰ গুণময় শক্তি। সেয়েহে ইছলামে অমুছলিমকলক কেৱলমাত্ৰ …

Read more

প্ৰকৃত আজাদী

আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– আজাদী দিৱস– ৭৫তম স্বাধীনতা দিৱস পালন কৰিছো আমি ভাৰতবাসীয়ে। কালি আমাৰ দেশ পৰাধীনতাৰ পৰা মুক্ত হৈ ৭৪ বছৰ …

Read more

ফিৎৰাৰ পৰিমাণ – তথ্যমূলক বিশ্লেষণ

ফিৎৰা সম্পৰ্কীয় হাদীছ সমূহ পৰ্যালোচনা কৰিলে এই বিষয়ে মুঠ পাঁচ প্ৰকাৰৰ খাদ্যৰ বৰ্ণনা পোৱা যায় । যব, খেজুৰ , পনীৰ, কিচমিছ আৰু ঘেহু । কোনো ব্যক্তিয়ে যদি খেজুৰ , পনীৰ, …

Read more

আদৰ্শ জলছাহ (ধৰ্মীয় সভা) : লক্ষ্য, উদ্দেশ্য আৰু নিৰ্দেশনা

সমগ্ৰ দেশৰ লগতে আমাৰ অসমতো চাৰিওফালে ধৰ্মীয় সভা আৰু দ্বীনী জলছাহৰ ধাৰাবাহিকতা ধুমধামেৰে আৰম্ভ হৈছে। প্ৰতি বছৰে ৰবিউল আৱাল মাহৰ পৰা আৰম্ভ হয় জলছাহৰ এই ধাৰাবাহিকতা। আৰু এই একে সময়তে …

Read more

ফিৎৰা (فطرة)

ফিৎৰা (فطرة) আৰবী শব্দ, যাক ইছলামত যাকাতুল ফিৎৰ বা ছাদাকাতুল ফিৎৰ বুলি কোৱা হয়! ফিৎৰা বা ফাতুৰ কোৱাত খাদ্য দ্রব্য বোজোৱা হয় যাৰ দ্বাৰাই ৰোজাদাৰ সকলে ৰোজা ভাঙে। ফিৎৰা কোৱা …

Read more